Nahiba Ubhoti Lyrics In Assamese Translation

Song: Nahiba Ubhoti
Singer: Tanmoy Saikia
Lyrics: Tanmoy Saikia
Music: Tanmoy Saikia

Nahiba Ubhoti Lyrics In Assamese Translation

সময় যাই ৰসে মাথুচ মিতট্ৰী বোৰ
আমনি কৰিছে মোৰে দেহা

আশে পাশে মাথোঁ এতিয়া তুমি
ৰঙা চকু মুৰে নিশা

কিয় কৰী গলা মোক দিকহাৰা
মিছা কথা দিয়া আজৰি অনিছিলা মোক প্ৰেমৰ মায়া

এনে নুদুখিবা মোৰ ভালপোৱা
মোক কৰিবা নিচা অকমান

আজী তুমি কাষত নহলে বাৰে – বাৰে
হিয়াই উচুপে কিয় কৰি গলা কাহিনী আধৰুৱা

নাহিবা উভতি আকও এবাৰ কান্দিব নোৱাৰোঁ
প্ৰতি বাৰ তুমি দিনে থাকিব পাৰিম মও জীয়াই |

চিৰৰ জীবনৰ কথা দিছিলা
কতে নো হেৰালা তুমি

দিন পুহৰৰে নেই মোৰ সবৰ
সাৰিও ফিনে আছা আন্ধাৰ ৰসী

একুৰা জলনট জুই বুকু জলিও উঠিছে
উৰিও নিলে তোমাৰ প্ৰতি থকা মৰম

সান্তনা হিম বুকুতে আজি ৰণৰণো ৰৈ
আৰু নো কিমান সহিম আজি হেৰাও নিজক

কিয় কৰী গলা মোক দিকহাৰা
মিছা কথা দিয়া আজৰি অনিছিলা মোক প্ৰেমৰ মায়া

এনে নুদুখিবা মোৰ ভালপোৱা
মোক কৰিবা নিচা অকমান

আজী তুমি কাষত নহলে বাৰে – বাৰে
হিয়াই উচুপে কিয় কৰি গলা কাহিনী আধৰুৱা

নাহিবা উভতি আকও এবাৰ কান্দিব নোৱাৰোঁ
প্ৰতি বাৰ তুমি দিনে থাকিব পাৰিম মও জীয়াই |

You may also like...